Daily MCQs
English
অসমীয়া
আমাৰ WhatsApp চেনেল যোগদান কৰক
অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ Mock Test
অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ কিতাপ
29 July 2024
JobAssam
Share
তলৰ কোনখন দেশক ‘হাজাৰ হ্ৰদৰ ভূমি’ বুলি জনা যায়?
ক) পৰ্তুগাল
খ) অষ্ট্ৰিয়া
গ) ফিনলেণ্ড
ঘ) ৰোমানিয়া
ফিনলেণ্ড
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।
একেধৰণৰ প্ৰশ্নসমূহ
যদি ১০০টা মেকুৰীয়ে ১০০টা এন্দুৰক ১০০ দিনত হত্যা কৰে তেন্তে ৪টা এন্দুৰক হত্যা কৰিবলৈ ৪টা মেকুৰীক কিমান দিন লাগিব?
বাতৰিত দেখা পোৱা জিকা ভাইৰাছ কোনটো মহৰ দ্বাৰা সংক্ৰমিত হয়?
৭৫ মিটাৰ দৈৰ্ঘ্যৰ এখন ৰেল ঘণ্টাত ২০ কিলোমিটাৰ বেগত চলি আছে। প্লেটফৰ্মত থিয় হৈ থকা মানুহ এজনক পাৰ হ’বলৈ কিমান চেকেণ্ড সময় লাগিব?
ভবেন্দ্ৰ নাথ শইকীয়া সম্পাদনা কৰা শিশু আলোচনীখন কি?
২০২৪ চনৰ পেৰিছ অলিম্পিকত কোন দুখন দেশৰ অংশগ্ৰহণত নিষেধাজ্ঞা আৰোপ কৰা হৈছে?