সূৰ্যগ্ৰহণ কেতিয়া হয়?
- ক) যেতিয়া পৃথিৱী সূৰ্য্য আৰু চন্দ্ৰৰ মাজত আহে
- খ) যেতিয়া চন্দ্ৰ পৃথিৱীৰ সৈতে সোঁকোণত থাকে
- গ) যেতিয়া চন্দ্ৰ সূৰ্য্য আৰু পৃথিৱীৰ মাজত আহে
- ঘ) যেতিয়া সূৰ্য্য চন্দ্ৰ আৰু পৃথিৱীৰ মাজত আহে
- যেতিয়া চন্দ্ৰ সূৰ্য্য আৰু পৃথিৱীৰ মাজত আহে
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।