Daily MCQs

যদি 'পোহৰ'ক 'ৰাতিপুৱা', 'ৰাতিপুৱা'ক 'আন্ধাৰ', 'আন্ধাৰ'ক 'ৰাতি', 'ৰাতি'ক 'ৰ'দ' বুলি কোৱা হয়, তেন্তে আমি কেতিয়া শোওঁ?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

অমিল বিচাৰি উলিয়াওক: বুধ, মংগল, চন্দ্ৰ, শুক্ৰ। তলত উল্লেখ কৰা প্ৰধানমন্ত্ৰীসকলৰ ভিতৰত কোনে ক্ৰিপছ মিছন ভাৰতলৈ পঠিয়াইছিল? কনকলতা বৰুৱা তলত উল্লেখ কৰা কোনটো জাতীয় আন্দোলনত শ্বহীদ হৈছিল? Bluetooth কোনে আৱিষ্কাৰ কৰিছিল? It seems that _____ the rooms are occupied.