Daily MCQs

অসংগতিপূৰ্ণটো বাছি উলিওৱা: গাজৰ, আদা, আলু, বিলাহী

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

কিহৰ বাবে চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য বিখ্যাত? এজন মানুহে দক্ষিণ দিশলৈ ৫ কি.মি. খোজ কাঢ়ি সোঁফালে ঘূৰিল। ৩ কি.মি. খোজ কঢ়াৰ পিছত তেওঁ বাওঁফালে ঘূৰি ৫ কি.মি. খোজ কাঢ়িলে। এতিয়া তেওঁ আৰম্ভণি স্থানৰ পৰা কোন দিশত আছে? কোন সত্ৰই প্ৰাথমিকভাৱে হোলী উদযাপন কৰে? সৰ্থেবাৰী বিখ্যাত ৰাস্তাৰ মাজত থকা অখণ্ড বগা ৰেখা এটাই কি বুজায়?