Daily MCQs

প্ৰতিবিদ্ৰোহ আৰু জংঘল যুদ্ধ বিদ্যালয় মিজোৰামৰ _____ ত অৱস্থিত।

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

বিশ্বৰ সৰ্ববৃহৎ ২ চকীয়া বাহন নিৰ্মাণ কোম্পানী কোনটো? তলৰ কোনটো ভাৰতীয় সংবিধানৰ এক মৌলিক অধিকাৰ নহয়? ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ সৰ্বনিম্ন? কোন চনত কাজিৰঙাক ইউনেস্ক’ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল? তলত উল্লেখ কৰা সকলৰ ভিতৰত কোন আছিল অসম প্ৰদেশৰ প্ৰথম প্ৰধানমন্ত্ৰী?