Daily MCQs

মই পূব দিশলৈ মুখ কৰি আছোঁ। মই ঘড়ীৰ কাঁটাৰ দিশত ১০০° ঘূৰিলোঁ আৰু তাৰ পিছত ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ১৪৫° ঘূৰিলোঁ। এতিয়া মই কোন দিশলৈ মুখ কৰি আছোঁ?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

তলৰ কোনটো গোটৰ অন্তৰ্ভুক্ত নহয়? (ঈগল, পেংগুইন, উটপক্ষী, ইমু) নৰকাসুৰে নিৰ্মাণ কৰা বুলি ধাৰণা কৰা নাগশংকৰ মন্দিৰ _______ত অৱস্থিত। When I visited him, he ___ for two hours. এটা ফ্ৰিকুৱেঞ্চি বিতৰণৰ ক্ষেত্ৰত, ফ্ৰিকুৱেঞ্চি সমূহৰ যোগফল ৫০ আৰু গড় ২০। সকলো পৰ্যবেক্ষণৰ যোগফল কিমান? ভবেন্দ্ৰ নাথ শইকীয়া সম্পাদনা কৰা শিশু আলোচনীখন কি?