Daily MCQs

কম্পিউটিংত "GIGO" ৰ অৰ্থ কি?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

যদি কোনো পাৰ্টিত পুৰুষ আৰু মহিলাৰ অনুপাত ৪:৭ হয়, তেন্তে তলৰ কোনটো পাৰ্টিত থকা মুঠ মানুহৰ সংখ্যা হ’ব পাৰে? তলৰ কোনটো ঠাইত অসমৰ বৰ্ষাৰণ্যৰ স্থান আৰু কোনখন জিলাত? কোন শাসকৰ ৰাজত্বকালত হিউৱেন ছাঙে অসম ভ্ৰমণ কৰিছিল? প্ৰথম অসমীয়া ৰোমান্টিক কবিতা 'বন কোঁৱৰী' কোনে ৰচনা কৰিছিল? প্ৰতি বছৰে ৮ মে’ত তলৰ কোনটো উদযাপন কৰা হয়?