Daily MCQs

এটা বৃত্তৰ কেন্দ্ৰৰ পৰা ১০ ছে.মি. দূৰত থকা P বিন্দুৰ পৰা টনা স্পৰ্শক PT ৰ দৈৰ্ঘ্য ৮ ছে.মি.। বৃত্তটোৰ ব্যাসাৰ্ধ হ'ল:

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

"I know her address." said Binay. (Change into indirect speech) ১৩ চে.মি., ১৪ চে.মি., আৰু ১৫ চে.মি.ৰ বাহুৰ ত্ৰিভুজৰ ক্ষেত্ৰফল বিচাৰক। কোনখন নদীক ‘দক্ষিণ গংগা’ বুলি জনা যায়? অসমৰ বজালী জিলা তলত উল্লেখ কৰা কোনখন জিলাৰ অংশৰ পৰা সৃষ্টি হৈছিল? আপেক্ষিকতাবাদৰ তত্ত্ব কোনে উদ্ভাৱন কৰিছিল?