Daily MCQs

যদি 3x + 2ky = 2 আৰু 2x + 5y + 1 = 0 ৰেখা দুডাল সমান্তৰাল হয়, তেন্তে k ৰ মান হ'ব:

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

কোন চনত অসম গেছ ক্ৰেকাৰ প্ৰকল্প অনুমোদিত হৈছিল? অৰুণ আৰু ভাস্কৰৰ বৰ্তমান বয়সৰ যোগফল হ’ল ৭০ বছৰ। ৫ বছৰ আগতে অৰুণৰ বয়স ভাস্কৰতকৈ দুগুণ আছিল। ভাস্কৰৰ বৰ্তমান বয়স কিমান? ভগৱান বুদ্ধৰ প্ৰকৃত নাম কি আছিল? কোন বছৰত অসমত চাহ গছৰ আৱিষ্কাৰ হৈছিল? ভবেন্দ্ৰ নাথ শইকীয়া সম্পাদনা কৰা শিশু আলোচনীখন কি?