Daily MCQs

এটা মোনাত ৩টা ৰঙা আৰু ৫টা ক'লা বল আছে। ক'লা বল এটা উলিওৱাৰ সম্ভাৱিতা হ'ল:

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

আহোম ৰাজ্যত পাইক ব্যৱস্থা কোনে ৰূপায়ণ কৰিছিল? সালোক সংশ্লেষণত কোনটো গুৰুত্বপূৰ্ণ যাতে উদ্ভিদে পোহৰৰ পৰা শক্তি শোষণ কৰিব পাৰে? কোনখন এছিয়ান গেমছত ভোগেশ্বৰ বৰুৱাই পদক লাভ কৰিছিল? শেহতীয়াকৈ কোনটো সংস্থাই বহুমাত্ৰিক দুৰ্বলতা সূচকাংক (MVI) আৰম্ভ কৰিছে? He teaches us _____ Biology.