Daily MCQs

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

যদি ঘড়ীৰ মিনিট কাঁটাখনে মাজনিশা দক্ষিণ দিশলৈ আঙুলিয়াই দিয়ে, তেন্তে ই ৰাতিপুৱা ৩:০০ বজাত কোন দিশলৈ আঙুলিয়াব? ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন? এজন ব্যক্তিয়ে ₹১২,০০০ ত এটা ম’বাইল ক্ৰয় কৰিলে আৰু ১০% হানিৰে বিক্ৰী কৰিলে। ম’বাইলটোৰ বিক্ৰী মূল্য কিমান? এচিড বৰষুণ মূলতঃ কিহৰ বায়ুমণ্ডলীয় প্ৰদূষণৰ ফলত হয়: কোনখন নদীক ‘দক্ষিণ গংগা’ বুলি জনা যায়?