Daily MCQs
English
অসমীয়া
আমাৰ WhatsApp চেনেল যোগদান কৰক
টেট, আৰক্ষী, ইত্যাদিৰ অনলাইন মক টেষ্ট
নিযুক্তি পৰীক্ষাৰ বাবে শ্ৰেষ্ঠ কিতাপ
30 June 2025
JobAssam
Share
প্ৰকৃতি সংৰক্ষণৰ বাবে কাম কৰা আন্তঃৰাষ্ট্ৰীয় সংস্থা IUCN কোন চনত গঠন হৈছিল?
ক) ১৯৪৫
খ) ১৯৪৮
গ) ১৯৭২
ঘ) ১৯৯২
১৯৪৮
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।
একেধৰণৰ প্ৰশ্নসমূহ
২০১১ চনত সেনা বিষয়াক প্ৰশিক্ষণ দিয়াৰ বাবে নতুন অফিচাৰ ট্ৰেইনিং একাডেমী ক’ত স্থাপন কৰা হৈছিল?
চন্দ্ৰযান-৩ৰ অৱতৰণ স্থানৰ বাবে আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংঘই কি নামত অনুমোদন জনাইছিল?
এজন মানুহে ৫ কিলোমিটাৰ খোজ কাঢ়ি দক্ষিণ দিশলৈ গৈ তাৰ পিছত সোঁফালে ঘূৰি যায়। ৩ কিলোমিটাৰ খোজ কঢ়াৰ পিছত বাওঁফালে ঘূৰি ৫ কিলোমিটাৰ খোজ কাঢ়ি যায়। এতিয়া তেওঁ আৰম্ভণিৰ ঠাইৰ পৰা কোন দিশত?
ভাৰত গণৰাজ্যৰ প্ৰথম নাগৰিক কোন?
‘Gross National Happiness’ বাক্যাংশটো প্ৰথমে কোনখন দেশত উদ্ভাৱন কৰা হৈছিল?