Daily MCQs
English
অসমীয়া
আমাৰ WhatsApp চেনেল যোগদান কৰক
টেট, আৰক্ষী, ইত্যাদিৰ অনলাইন মক টেষ্ট
নিযুক্তি পৰীক্ষাৰ বাবে শ্ৰেষ্ঠ কিতাপ
30 June 2025
JobAssam
Share
তলৰ কোনটো অজৈৱিক সম্পদ?
ক) বায়ু
খ) উদ্ভিদ
গ) প্ৰাণী
ঘ) ভেঁকুৰ
বায়ু
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।
একেধৰণৰ প্ৰশ্নসমূহ
বিশ্বত তৈলবীজ উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ স্থান কিমান?
দুটা বৃত্তৰ ব্যাসাৰ্ধ ৩ চে.মি. আৰু ৪ চে.মি. যিটো বৃত্তৰ ক্ষেত্ৰফল দুটা বৃত্তৰ ক্ষেত্ৰফলৰ যোগফলৰ সমান হয়, তাৰ ব্যাসাৰ্ধ কিমান?
৫, ৮, ১১, ১৪ ... এই শ্ৰেণীৰ দশম পদ কিমান?
তলৰ কোনটো ৰঞ্জক পদাৰ্থ?
মোৱামৰীয়া বিদ্ৰোহ কোনখন সত্ৰৰ শিষ্যসকলৰ বিদ্ৰোহ আছিল?