Daily MCQs

তলৰ কোনটো শোধনাগাৰ এছিয়াৰ ভিতৰতে আটাইতকৈ পুৰণি?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

কোনে প্ৰথমে প্ৰস্তাৱ দিছিল যে সূৰ্য্য আমাৰ সৌৰজগতৰ কেন্দ্ৰ আৰু পৃথিৱী ইয়াৰ চাৰিওফালে ঘূৰি থাকে? কোন বছৰত চুকাফাই চৰাইদেওত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? শিশু উপন্যাস ‘সেউজিয়া ধৰাণী’ৰ বাবে কোনজন সাহিত্যিকে বাল সাহিত্য বঁটা লাভ কৰিছিল? কোনটো অনুচ্ছেদত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নিযুক্তিৰ বিষয়ে আলোচনা কৰা হৈছে? একেৰাহে চাৰিটা সংখ্যাৰ লঃসাঃগু ৬০। প্ৰথম দুটা সংখ্যাৰ যোগফল চতুৰ্থ সংখ্যাৰ সমান। এই চাৰিটা সংখ্যাৰ যোগফল কিমান?