Daily MCQs

চৰকাৰী খণ্ডৰ উদ্যোগৰ অংশ ব্যক্তিগত খণ্ডলৈ বিক্ৰী কৰা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

কোনখন চহৰক ‘ভাৰতৰ তীখা চহৰ’ বুলি জনা যায়? ৰাখাল পূজা অসমৰ কোনখন জিলাৰ ৰাইজে পালন কৰে? CPU ৰ গতি কিহত জোখা হয়... যদি তলত দিয়া ধৰণে সলনি কৰা হয়: + মানে ÷, − মানে +, × মানে −, আৰু ÷ মানে ×, তেন্তে ১৮÷৬−২৭+৩×১২ অভিব্যক্তিটোৰ মান কিমান হ’ব? কঠিন অৱস্থাত কোনটো গেছক ‘শুকান বৰফ’ বুলি জনা যায়: