Daily MCQs

আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ (ICJ) মুখ্য কাৰ্যালয় ক'ত অৱস্থিত?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা প্ৰথম অসমীয়া কোন? যদি এডাল ৰেখাই এটা বৃত্তক দুটা পৃথক বিন্দুত ছেদ কৰে, তেন্তে তাক _____ বোলা হয়। স্বাধীন ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল? ইৰাণৰ মুদ্ৰা কি? দক্ষিণ ভাৰতৰ জ্ঞান সৰস্বতী মন্দিৰ ক'ত অৱস্থিত?