Daily MCQs

ভাৰতীয় সংবিধানৰ অন্তৰ্নিহিত দৰ্শন ক'ত উল্লেখ আছে?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

৭৫ মিটাৰ দৈৰ্ঘ্যৰ এখন ৰেল ঘণ্টাত ২০ কিলোমিটাৰ বেগত চলি আছে। প্লেটফৰ্মত থিয় হৈ থকা মানুহ এজনক পাৰ হ’বলৈ কিমান চেকেণ্ড সময় লাগিব? টেলিভিছন কোনে আৱিষ্কাৰ কৰিছিল? আৰ্জেণ্টিনাৰ ৰাজধানী কি? গংগা নদীৰ দৈৰ্ঘ্য কিমান? _____ sun is about to set.