Daily MCQs

ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

ভাৰতত সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো মূলতঃ কোন দেশৰ পৰা অনুপ্ৰাণিত? কোনখন ৰাজ্যৰ ৰাজধানী কৰ্কট ক্ৰান্তিয় ৰেখাত অৱস্থিত? এটা সংখ্যা ২২তকৈ যিমানেই বেছি সিমানেই ৭২তকৈ কম। সংখ্যাটো কিমান? কোন বছৰত চুকাফাই চৰাইদেওত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? গধুৰ বাহনৰ কাৰখানা ক’ত অৱস্থিত?