Daily MCQs

কোনজন আহোম ৰজাক ‘ভগনিয়া ৰজা’ বুলি কোৱা হয়?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

কোন স্থানত ভাগীৰথী আৰু অলকানন্দা নদী লগ হৈ গংগা গঠন হয়? ভাৰতৰ সংবিধানৰ তলৰ কোনটো অনুচ্ছেদত অসম ৰাজ্যৰ সন্দৰ্ভত বিশেষ ব্যৱস্থাটোৰ বিষয়ে আলোচনা কৰা হৈছে? ভাস্কৰ আৰু পৱনৰ দৰমহা ২:৩ অনুপাতত। দুয়োজনৰ দৰমহা ৪০০০ টকা বৃদ্ধি কৰাৰ পিছত নতুন অনুপাত ৪০:৫৭ হয়। পৱনৰ দৰমহা কিমান? তলৰ কোনটো অসমীয়াৰ উপৰিও ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত ভাষা? নটিকেল মাইল ____ৰ দূৰত্ব জোখত ব্যবহাৰ কৰা হয়।