Daily MCQs

ভিক্টোৰিয়া মেম’ৰিয়েলত কত অৱস্থিত?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

প্ৰতি বছৰে কোনটো দিনত ‘বিশ্ব সিংহ দিৱস’ পালন কৰা হয়? এবছৰ আগত এজন মানুহৰ বয়স পুত্ৰতকৈ ৭ গুণ আছিল। এতিয়া তেওঁৰ বয়স পুত্ৰৰ বয়সৰ বৰ্গৰ সমান। মানুহজনৰ বৰ্তমান বয়স হ’ব কোনখন জিলাক অসমৰ (ভাৰততো) প্ৰথম কাৰ্বন মুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছে? এটা লেখা ৫% লাভত বিক্ৰী হয়। বিক্ৰী মূল্য আৰু ক্ৰয় মূল্যৰ অনুপাত কিমান হ’ব? যদি A Bৰ ২০%, আৰু B C ৰ ২৫%, তেন্তে C ৰ কিমান শতাংশ A ৰ সমান?