Daily MCQs

যদি ৫x = ২y, তেন্তে x আৰু y ৰ অনুপাত কিমান?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

১২ কিলোমিটাৰ দূৰত্বৰ গন্তব্যস্থানত ১৫ মিনিটত উপনীত হ’বলৈ ঘাইপথত গাড়ী এখন কিমান বেগেৰে যাত্ৰা কৰিব লাগে? ‘শতৰাঞ্জ কে খিলাদি’ ছবিখন কোনজন লেখকৰ চুটিগল্পৰ আধাৰত নিৰ্মিত? আধুনিক অলিম্পিক গেমছৰ সৰ্বোচ্চ সময়সীমা কিমান? প্ৰথম বৰপাত্ৰগোহাঁই কোন আছিল? অসমত গৰম পানীৰ উৎস ক’ত অৱস্থিত?