Daily MCQs

What is the one-word substitute for “a person who is afraid of heights”?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

কোন বছৰত অসমত চাহ গছৰ আৱিষ্কাৰ হৈছিল? ৰত্নৰ জন্মৰ সময়ত পিতৃৰ বয়স আছিল ৩৮ বছৰ, আৰু ৰত্নৰ ভাতৃ (যি ৰত্নাতকৈ ৪ বছৰ সৰু) জন্ম হোৱাৰ সময়ত মাকৰ বয়স আছিল ৩৬ বছৰ। ৰত্নৰ পিতৃ-মাতৃৰ বয়সৰ পাৰ্থক্য কিমান? অসমৰ কোনটো শোধনাগাৰ 'অসম চুক্তি শোধনাগাৰ' নামেৰে জনাজাত? ভাৰতত কিমান সঘনাই লোকসভা নিৰ্বাচন অনুষ্ঠিত হয়? ‘শতৰাঞ্জ কে খিলাদি’ ছবিখন কোনজন লেখকৰ চুটিগল্পৰ আধাৰত নিৰ্মিত?