Daily MCQs

অসমত প্ৰথম কেতিয়া ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়া হৈছিল?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

চূণশিলৰ প্ৰধান ভাণ্ডাৰসমূহ ______ আৰু ______ জিলাত আছেঃ কাৰ আগ্ৰাসনে বিহাৰৰ বৌদ্ধ বিশ্ববিদ্যালয় নালন্দা আৰু বিক্ৰমশিলা ধ্বংস কৰিলে? জৱাহৰ লাল নেহৰুৱে 'Discovery of India’ নামৰ গ্ৰন্থখন ক’ত লিখিছিল? ভাৰতৰ আটাইতকৈ দীঘল হ্ৰদ কোনটো? যদি দুজন ব্যক্তিৰ বয়সৰ অনুপাত ৪:৫ হয় আৰু ডাঙৰ ব্যক্তিজনৰ বয়স ৪০ বছৰ হয়, তেন্তে সৰু ব্যক্তিজনৰ বয়স কিমান?