Daily MCQs

শেহতীয়াকৈ কোনটো মন্ত্ৰালয়ে নতুন দিল্লীত সাগৰৰ ওপৰত প্ৰথমখন “ব্লু টকছ” বৈঠক আয়োজন কৰিছিল?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

______ তাৰিখে দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। ৰাজ্যসভাত অসমলৈ কিমানখন আসন দিয়া হৈছে? CPU ৰ সম্পূৰ্ণ ৰূপ কি? ‘বৰদৈচিলা’ কি পৰিঘটনাৰ বাবে অসমৰ স্থানীয় নাম? ১৯৫৫ চনত ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়াৰ নাম সলনি কৰি কি ৰূপ দিয়া হ’ল?