Daily MCQs

শেহতীয়াকৈ ভৌগোলিক সূচক (জিআই) টেগ লাভ কৰা ৱানচো উডেন ক্ৰাফ্ট কোনখন ৰাজ্যৰ অন্তৰ্গত?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

কোন চনত মল্লদেৱে (নৰ নাৰায়ণ) নাৰায়ণ উপাধি লাভ কৰিছিল? অসম ৰাইফলছৰ মুখ্য কাৰ্যালয়ৰ স্থান ক'ত? BTCত কিমান সদস্য আছে? স্প্ৰেডশ্বীটত, এটা শাৰী আৰু এটা স্তম্ভৰ ছেদবিন্দুটোক কি বুলি কোৱা হয়? দক্ষিণ-পূব যদি উত্তৰ হয়, উত্তৰ-পূব পশ্চিম হয়, ইত্যাদি ইত্যাদি। পশ্চিম কি হ’ব?