Daily MCQs

যদি এখন ত্ৰিভুজৰ ভূমি ১০ চেমি আৰু উচ্চতা ৬ চেমি হয়, তেন্তে ইয়াৰ ক্ষেত্ৰফল কিমান?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

BTC কেতিয়া প্ৰতিষ্ঠা হৈছিল? কী-ব’ৰ্ডৰ কোনটো কী ৱেবপেজ ল’ড হোৱা বন্ধ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি? প্ৰতি বছৰে কোন তাৰিখে ‘মে-ডাম-মে-ফি’ উৎসৱ পালন কৰা হয়? শিৱসাগৰৰ ঐতিহাসিক "ৰংঘৰ" কোনটো ৰাজবংশৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল? অৰুণ, ভাস্কৰ আৰু পৱনৰ মুঠ বয়স ৬০ বছৰ। চাৰি বছৰ আগতে তেওঁলোকৰ মুঠ বয়স কিমান আছিল?