Daily MCQs

যদি দুটা ঘটনা, 𝐴 আৰু 𝐵, স্বাধীন হয়, তেন্তে 𝐴 আৰু 𝐵 দুয়ো সংঘটিত হোৱাৰ সম্ভাৱনা কিমান?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

বৰ্তমান বিটিচিৰ উপ মুখ্য কাৰ্যবাহী সদস্য কোন? ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথমজন ভাৰতীয় পুৰুষ মল্লযুঁজাৰু কোন? টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠান কোনখন চহৰত অৱস্থিত? ডাক্তৰ : চিকিৎসালয় :: শিক্ষক : ...? গাড়ী চলাই থাকোঁতে টোপনি আহিলে কি কৰা উচিত?