Daily MCQs

Change the following sentence from Active to Passive: The chef will prepare a delicious meal.

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

কোন চনত কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা চ্যু-খাম-ফাৰ মাজত মাজুলী সন্ধি স্বাক্ষৰিত হৈছিল? তলত দিয়া কথাবোৰ বিবেচনা কৰক। i) অৰুণোদয় আঁচনি অসম চৰকাৰৰ নতুন আঁচনি। ii) ই ২ অক্টোবৰ ২০২০ তাৰিখে আৰম্ভ কৰা হৈছিল। ওপৰত দিয়া বক্তব্যসমূহৰ ভিতৰত কোনটো শুদ্ধ/সঠিক? অলিম্পিকৰ পিতৃ কোন? My mother _____ 50 years old next Sunday. কৰ্কট ৰোগ নিৰাময়ৰ বাবে অসম চৰকাৰে কোনখন ন্যাসৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে?