Daily MCQs

Change the following sentence from Active to Passive: The gardener waters the plants every morning.

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

সংখ্যা দুটাৰ গঃসাঃগু ২৩, আৰু সিহঁতৰ লঃসাঃগু ৰ বাকী দুটা গুণক ১৩ আৰু ১৪। সংখ্যা দুটাৰ ভিতৰত ডাঙৰটো কিমান? কল্পকম, নৰোৰা আৰু তাৰাপুৰৰ প্ৰকল্পসমূহে কোনটো উৎসৰ পৰা বিদ্যুৎ উৎপাদন কৰে? IP ৰ সম্পূৰ্ণ ৰূপ কি? ২০২৪ চনৰ আগষ্ট মাহত অসমৰ শিক্ষামন্ত্ৰী কোন? মোগল সাম্ৰাজ্যৰ অধীনত কাৰ পৰা জিজিয়া কৰ সংগ্ৰহ কৰা হৈছিল?