জ্ঞান দীপিকা আঁচনিৰ উদ্দেশ্য কি?
- ক) হাইস্কুল শিক্ষান্ত পাছ কৰা শিক্ষাৰ্থীসকলক স্কুটাৰ প্ৰদান।
- খ) ডিগ্ৰী পৰ্যায়লৈকে বিনামূলীয়া পাঠ্যপুথি প্ৰদান।
- গ) শিক্ষাৰ্থীসকলক ঋণ প্ৰদান।
- ঘ) শিক্ষাৰ্থীসকলক মধ্যাহ্ন ভোজনৰ ব্যৱস্থা।
- ডিগ্ৰী পৰ্যায়লৈকে বিনামূলীয়া পাঠ্যপুথি প্ৰদান।
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।