অসমৰ আটাইতকৈ পুৰণি মছজিদ কোনটো?
- ক) হাজোৰ পোৱা মক্কা
- খ) ধুব্ৰী জিলাৰ পানবাৰী মছজিদ
- গ) শিৱসাগৰৰ অজান পীৰ দৰগাহ
- ঘ) জয়ন্তিপুৰ, কালিয়াবৰৰ মছজিদ
- ধুব্ৰী জিলাৰ পানবাৰী মছজিদ
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।