Daily MCQs

শেহতীয়াকৈ পশ্চিম বংগৰ ৰাজ্যিক গীত হিচাপে ঘোষণা কৰা “বাঙ্গলাৰ মাটি বাঙ্গলাৰ জল” গীতটোৰ লেখক কোন?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

প্ৰথম ৫০ টা স্বাভাৱিক সংখ্যাৰ যোগফল বিচাৰি উলিওৱা। সুক্লধ্বজক জনপ্ৰিয়ভাৱে কি নামেৰে জনা গৈছিল? যদি এটা গোলাৰ পৃষ্ঠতলৰ ক্ষেত্ৰফল ১৫৪ চেমি² হয়, তেন্তে ইয়াৰ অৰ্ধব্যাস কিমান? (π = ২২/৭ ব্যৱহাৰ কৰক) কোন চনত অসমৰ ৰাজধানী শ্বিলংৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হ’ল? সেউজ গৃহ প্ৰভাৱৰ কাৰণ কি?