অসমত পোনপ্ৰথম বাৰৰ বাবে সামূহিক অনাতাঁৰ কেন্দ্ৰৰ সূচনা কোনে কৰিছিল?
- ক) গুৱাহাটী বিশ্ববিদ্যালয়
- খ) অসম বিশ্ববিদ্যালয়
- গ) কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়
- ঘ) ডিব্ৰুগড় বিশ্ববিদ্যালয়
- কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।