দুটা বৃত্তৰ ব্যাসাৰ্ধ ১৫ চে.মি. আৰু ১২ চে.মি. যিটো বৃত্তৰ পৰিধি দুটা বৃত্তৰ পৰিধিৰ যোগফলৰ সমান হয়, তাৰ ব্যাসাৰ্ধ কিমান?
- ক) ২৫
- খ) ২৬
- গ) ২৮
- ঘ) ২৭
- ২৭
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।