Daily MCQs

যদি A আৰু B দুইটো সংকলন হয়, য'ত A-ত 40 টা উপাদান আছে, 𝐴 ∪ 𝐵-ত 60 টা উপাদান আছে আৰু 𝐴 ∩ 𝐵-ত 10 টা উপাদান আছে, তেন্তে B-ত উপাদানৰ সংখ্যা কিমান?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

A place where birds are kept is called an ___. পৰ্যাবৃত্ত তালিকাত কোনটো মৌল আটাইতকৈ লঘু? কোনজন আহোম ৰজাৰ ৰাজত্বকাল আটাইতকৈ কম মাত্ৰ ২১ দিনৰ আছিল? বিশ্ব খাদ্য কাৰ্যসূচী (WFP)ৰ মুখ্য কাৰ্যালয় ক’ত? Baby Lilly has a _____ diaper. Can you help me change her?