Daily MCQs

তলৰ দ্বিঘাত সমীকৰণটো সমাধান কৰকঃ 𝑥² + 6𝑥 + 9 = 0

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

তলৰ কোনটো অসমৰ মুখ্য উৎসৱ, যি তিনিটা ৰূপত উদযাপন কৰা হয়? ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন? অসমৰ প্ৰথম ঐতিহাসিক বংশৰ নাম কি? দক্ষিণ-পূব যদি উত্তৰ হয়, উত্তৰ-পূব পশ্চিম হয় তেন্তে দক্ষিণ-পশ্চিম কি হ’ব? তলৰ কোনখন নদী পূবৰ পৰা পশ্চিমলৈ বৈ যায়?