Daily MCQs

অসম চৰকাৰে শেহতীয়াকৈ ৰাজ্যখনৰ যুৱক-যুৱতীসকলক দক্ষতা প্ৰদানৰ বাবে কোনখন দেশৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

লেকাডিভ সাগৰক অন্য কি নামেৰে জনা যায়? ভাৰতত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? বৈদ্যুতিক গাড়ীত ব্যৱহাৰ কৰা বেটাৰীৰ বাবে কি অপৰিহাৰ্য উপাদান? অষ্ট্ৰিয়াৰ ৰাজধানী কি? কোন চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল?