Daily MCQs

নিম্নলিখিত দুটাৰ ভিতৰত কোনটো কালিদাসৰ ৰচনা?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

৫, ৮, ১১, ১৪ ... এই শ্ৰেণীৰ দশম পদ কিমান? ভাৰতৰ কোনখন ৰাজ্যক 'মছলাৰ বাগিচা' বুলি কোৱা হয়? কাৰ্দাং মঠ কোনখন ৰাজ্যত অৱস্থিত? দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা কোন? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা “বিগ ফাইভ” প্ৰাণীবোৰ কি কি?