Daily MCQs

যদি A = {2, 4, 6, 8} আৰু B = {4, 8, 10, 12}, তেন্তে A ∩ B হব:

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

তলৰ কোনখন চহৰক ‘ভাৰতৰ চাহ চহৰ’ বুলি জনা যায়? বৰফুকন পদ কোনে সৃষ্টি কৰিছিল? কোনখন চহৰক ‘অসমৰ সাংস্কৃতিক ৰাজধানী’ বুলিও জনা যায়? ০.৫ মিলিমিটাৰ ডাঠ কাগজ এখন বাৰে বাৰে ভাঁজ কৰি ১.২৮ চে.মি. আকাৰৰ ফাঁক এটা পূৰণ কৰা হয়। প্ৰয়োজনীয় সংখ্যক ভাঁজ হ’ল ভাৰতত কিমানটা লোকসভা সমষ্টি আছে?