Daily MCQs

যদি এখন বৃত্তৰ দুইটাৰেডিয়াছৰ মাজৰ কোণ ১৩০° হয়, তেন্তে ৰেডিয়াছৰ শেষত টেঞ্জেন্টৰ মাজৰ কোণ কিমান?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

Choose the correct option to change the following direct speech into indirect speech: John said, “I am working on a new project.” ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথমজন ভাৰতীয় পুৰুষ মল্লযুঁজাৰু কোন? কোন চনত কাজিৰঙাক প্ৰথমবাৰৰ বাবে ‘সংৰক্ষিত বনাঞ্চল’ হিচাপে চিহ্নিত কৰা হৈছিল? অসমে ইয়াৰ আন্তঃৰাজ্যিক সীমা মাত্ৰ এখন ৰাজ্যৰ সৈতে ভাগ কৰে, যিখন ৰাজ্য উত্তৰ-পূবৰ ৰাজ্য নহয়। ই হৈছে ______। ∛8+∛27+∛125 ৰ মান কি?