Daily MCQs

Rearrange the following sentences to make a meaningful paragraph: P: The city was bustling with activity, people moving in every direction. Q: The sound of honking cars filled the air, adding to the chaos. R: It was a typical day in the busy metropolis. S: Street vendors lined the sidewalks, selling their goods.

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

কোনখন চহৰক ‘ভাৰতৰ তীখা চহৰ’ বুলি জনা যায়? ভাৰতীয় অসামৰিক সেৱাৰ (আই চি এছ) পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমজন ব্যক্তি কোন? কোন চনত অসম উচ্চ ন্যায়ালয় স্থাপন হৈছিল? কোনখন দেশ অসমৰ উত্তৰ দিশত অৱস্থিত? ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন?