Daily MCQs

Rearrange the following sentences to make a meaningful paragraph: P: She was nervous about the interview but decided to stay calm. Q: As she walked into the room, she greeted everyone with a smile. R: She had prepared thoroughly for this day. S: The interview went well, and she felt a sense of accomplishment afterward.

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

টিনা বীনাৰ পৰা ৭৫ মিটাৰ দক্ষিণ-পূবে, আৰু ৰিনা বীনাৰ পৰা ৭৫ মিটাৰ দক্ষিণ-পশ্চিমে। ৰিনাৰ পৰা টিনা কোন দিশত? ফখৰুদ্দিন আলী আহমেদ আছিল ভাৰতৰ _____ ৰাষ্ট্ৰপতি। সৌৰজগতৰ কোনটো গ্ৰহ পৃথিৱী আৰু বৃহস্পতিৰ মাজত অৱস্থিত? ভাৰতৰ প্ৰথম মহিলা শাসক কোন আছিল? ‘পি এম নৰেন্দ্ৰ মোডী’ ছবিখনৰ পৰিচালক কোন?