Daily MCQs

কোনজন ৰাজনীতিবিদক "অসমৰ লৌহমানৱ" বুলি জনা যায়?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

কোনে যোৰহাটক আহোম ৰাজ্যৰ শেষ ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰিছিল? ২০০৬ চনৰ ১৮ অক্টোবৰ যদি বুধবাৰ আছিল, তেন্তে ২০০০ চনৰ ১৭ অক্টোবৰ দিনটো কি আছিল? ১০, ২০, ৩০, ৪০ ... এই শ্ৰেণীৰ প্ৰথম ১৫টা পদৰ মুঠ কিমান? ভূপেন হাজৰিকাক কেতিয়া দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছিল? জৱাহৰলাল নেহৰু বন্দৰ ক’ত অৱস্থিত?