মোৱামোৰিয়া বিদ্ৰোহৰ মূল কাৰণ কি আছিল?
- ক) আহোমসকলৰ মাজত সংঘৰ্ষ
- খ) মোৱামোৰিয়া সত্ৰ আৰু দিহিং সত্ৰাৰ মাজত প্ৰত্যক্ষ সংঘৰ্ষ
- গ) বিদ্ৰোহীসকলৰ অৰ্থনৈতিক আৰু ধৰ্মীয় অসন্তুষ্টি
- ঘ) ওপৰৰ কোনোটোৱেই নহয়
- বিদ্ৰোহীসকলৰ অৰ্থনৈতিক আৰু ধৰ্মীয় অসন্তুষ্টি
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।