Daily MCQs

ভাৰতৰ কোনখন ৰাজ্যত “পুঞ্চা” চাষ প্ৰচলিত আছে?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

বাবৰৰ বিৰুদ্ধে খানৱা যুদ্ধত সাহসেৰে যুঁজ দিয়া ৰাজপুত সেনাপতি কোন আছিল? যদি মই মূৰটো তললৈ দি থিয় হওঁ আৰু মোৰ মুখখন দক্ষিণ দিশে থাকে, তেন্তে মোৰ সোঁহাতখন কোন দিশত থাকিব? কোনখন জিলা অসমৰ পৰা পৃথক কৰি পাকিস্তানক দিয়া হৈছিল? কোনখন দেশৰ জাতীয় পতাকাত ৰঙা পটভূমিত বগা ক্ৰছ আছে? কোনটো ৰং হালধীয়াৰ পৰিপূৰক ৰং?