Daily MCQs

দক্ষিণ পাৰত ব্ৰহ্মপুত্ৰৰ প্ৰায় সমান্তৰালভাৱে গৈ গুৱাহাটীক ডিব্ৰুগড়লৈ সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথ কোনটো?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

‘আত্মানুসন্ধান‘ কাৰ দ্বাৰা ৰচিত এখন আত্মজীৱনী? ∆ ABC ত, B ত সোঁকোণীয়া, AB = ২৪ চে.মি., BC = ৭ চে.মি. tan C ৰ মান হ’ল: ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে সাংবিধানিক সংশোধনীৰ বিষয়ে আলোচনা কৰিছে? দুয়োজন ভাতৃৰ বৰ্তমানৰ বয়সৰ অনুপাত ১:২ আৰু ৫ বছৰ আগতে অনুপাত আছিল ১:৩। ৫ বছৰৰ পিছত বয়সৰ অনুপাত কিমান হ’ব? দিয়া বিন্দুবোৰৰ ভিতৰত কোনটো বিন্দু Y-অক্ষৰ বিন্দু?