Daily MCQs

এটা বৃত্তৰ ব্যাস _____ সংখ্যক হ’ব পাৰে।

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

৯ জানুৱাৰীত প্ৰবাসী ভাৰতীয় দিৱস পালন কৰা হয়। কোন বছৰত প্ৰথমবাৰৰ বাবে দিনটো পালন কৰা হৈছিল? যদি এডাল ৰেখাই এটা বৃত্তক দুটা পৃথক বিন্দুত ছেদ কৰে, তেন্তে তাক _____ বোলা হয়। তলৰ কোনটো ঠাইত বিশ্বৰ ভিতৰতে সৰ্বাধিক বৰষুণ হয়? চাপৰ SI একক কি? মাটিকালি অনুসৰি ভাৰতৰ সকলো ৰাজ্যৰ ভিতৰত অসমৰ স্থান কিমান?