Daily MCQs

What does the idiom “on the ball” mean?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

₹৫০০০ টকা ৩ বছৰৰ বাবে ৫% বাৰ্ষিক সুদত দিয়া হৈছে। মুঠ সুদ কিমান লাভ হয়? যদি মই খোজ কাঢ়ি কোনো ঠাইলৈ যাওঁ আৰু চাইকেলেৰে উভতি আহোঁ তেন্তে মোৰ ৩৭ মিনিট সময় লাগে। দুয়োফালে খোজ কাঢ়িলে ৫৫ মিনিট সময় লাগে। দুয়োফালে চাইকেলেৰে কিমান সময় লাগিব? ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈকে অসমত কিমানখন জিলা আছে? কোনখন ভাৰতীয় ৰাজ্যত সাংবিধানিকভাৱে স্বীকৃতিপ্ৰাপ্ত অনুসূচিত জনজাতি নাই? Which of the following is the gender-neutral term for “fireman”?