Daily MCQs
English
অসমীয়া
আমাৰ WhatsApp চেনেল যোগদান কৰক
টেট, আৰক্ষী, ইত্যাদিৰ অনলাইন মক টেষ্ট
নিযুক্তি পৰীক্ষাৰ বাবে শ্ৰেষ্ঠ কিতাপ
22 July 2024
Darshan
Share
ভাৰতৰ ভিতৰত কোনখন ৰাজ্যৰ ভূমিৰ আয়তন আটাইতকৈ কম?
ক) নাগালেণ্ড
খ) ছিকিম
গ) গোৱা
ঘ) ত্ৰিপুৰা
গোৱা
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।
একেধৰণৰ প্ৰশ্নসমূহ
সংখ্যা দুটাৰ গঃসাঃগু ২৩, আৰু সিহঁতৰ লঃসাঃগু ৰ বাকী দুটা গুণক ১৩ আৰু ১৪। সংখ্যা দুটাৰ ভিতৰত ডাঙৰটো কিমান?
দ্বিঘাত সমীকৰণ 2𝑥² + 3𝑥 − 5 = 0 ৰ বিৱেচক কিমান?
ৰামায়ণৰ আধাৰত প্ৰথম অসমীয়া নাট আছিল
ভাৰতৰ প্ৰধান বতৰ বিজ্ঞান কেন্দ্ৰ ক'ত অৱস্থিত?
২০২৪ চনত পেৰিছ অলিম্পিকত কিমানখন অনুষ্ঠান অনুষ্ঠিত হৈছিল?