১৮২৮–১৮৩০ চনৰ সময়ত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহত জড়িত ব্যক্তি কেইজনক সঠিকভাৱে চিনাক্ত কৰক:
- ক) গোমধৰ কোঁৱৰ, মণিৰাম দেৱান, ধনঞ্জয়
- খ) গোমধৰ কোঁৱৰ, মণিৰাম দেৱান, জেউৰাম দুলিয়া বৰুৱা
- গ) গোমধৰ কোঁৱৰ, ধনঞ্জয়, জেউৰাম দুলিয়া বৰুৱা
- ঘ) মণিৰাম দেৱান, ধনঞ্জয়, জেউৰাম দুলিয়া বৰুৱা
- গোমধৰ কোঁৱৰ, মণিৰাম দেৱান, জেউৰাম দুলিয়া বৰুৱা
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।